ক’ত শিৱৰ মহিমা আৰু পূজা পদ্ধতিৰ উল্লেখ আছে?

উত্তৰঃ- কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত শিৱৰ মহিমা আৰু পূজা পদ্ধতিৰ উল্লেখ আছে।