কামৰূপৰ বনিকসকলে কাৰ কাৰ সৈতে বাণিজ্যিক সম্পৰ্কত লিপ্ত হৈছিল?

উত্তৰঃ কামৰূপৰ বনিকসকলে শ্ৰীলঙ্কা, চম্পা আৰু বঙ্গৰ সৈতে বাণিজ্যিক সম্পৰ্কত লিপ্ত হৈছিল।