কালিকাপুৰাণে কিমানখন গুৰুত্বপূৰ্ণ সূৰ্য্য় পূজাৰ স্থানৰ বিষয়ে উল্লেখ কৰিছে?

উত্তৰঃ- কালিকাপুৰাণে ২খন গুৰুত্বপূৰ্ণ সূৰ্য্য় পূজাৰ স্থানৰ বিষয়ে উল্লেখ কৰিছে।