কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰই অতীত অসমত কি প্ৰমাণ দিয়ে?

উত্তৰঃ- কালিকাপুৰাণ আৰু যোগিনীতন্ত্ৰই অতীত অসমত যোনি আৰু লিংগ পূজাৰ প্ৰমাণ দিয়ে।