কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰই কিহৰ বৰ্ণনা দিছে?

উত্তৰঃ- কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰই অসমৰ মূল্যৱান গছৰ বৰ্ণনা দিছে।