কাৰ কনিষ্ঠ পুত্ৰ বজ্ৰদত্তই শিৱক আৰাধনা কৰি উপৰিপত্তনৰ গৰাকী হৈছিল?

উত্তৰঃ- নৰকৰ কনিষ্ঠ পুত্ৰ বজ্ৰদত্তই শিৱক আৰাধনা কৰি উপৰিপত্তনৰ গৰাকী হৈছিল।