কাৰ তামৰ ফলিত শিৱৰ নামত মঙ্গল স্তোস্ত্ৰৰ অৱতাৰণা কৰা হৈছে?

উত্তৰঃ- পালবংশৰ ৰজা ইন্দ্ৰপালৰ তামৰ ফলিত শিৱৰ মানত মঙ্গল স্তোস্ত্ৰৰ অৱতাৰণা কৰা হৈছে।