কাৰ ফলিত কৌথুম শাখা, শুদ্ধ মৌদগল্য, কৰ্ষণায়স গোত্ৰ আৰু অঙ্গীৰাম প্ৰবৰৰ উল্লেখ কৰা হৈছে?

উত্তৰঃ- ধৰ্মপালৰ দানৰ ফলিত কৌথুম শাখা, শুদ্ধ মৌদগল্য, কৰ্ষণায়স গোত্ৰ আৰু অঙ্গীৰাম প্ৰবৰৰ উল্লেখ কৰা হৈছে।