কিমান খ্ৰীঃপূঃত চুমেৰ আৰু আক্কাদ জয় কৰি কোন জন শাসকে বেবিলন সাম্ৰাজ্যৰ ভেটি সুদৃঢ় কৰি তুলিছিল ?

উত্তৰঃ ১৭৬৩ খ্ৰীঃপূঃত চুমেৰ আৰু আক্কাদ জয় কৰি হামুৰাবী নামৰ শাসকজনে বেবিলন সাম্ৰাজ্যৰ ভেটি সুদৃঢ় কৰি তুলিছিল ।