কিমান বছৰৰ আগতে ক’ত পাটপলুৰ পৰা সূতা উৎপাদন কৰা হয় ?

উত্তৰঃ ৫,০০০ বছৰৰ আগতে চীনত পাটপলুৰ পৰা সূতা উৎপাদন কৰা হয় ।