কিহক কেন্দ্ৰ কৰি বৈদিক নিয়ম ৰচণা হৈছিল?

উত্তৰঃ- প্ৰকৃতিৰ উপাদান পূজাক কেন্দ্ৰ কৰি বৈদিক নিয়ম ৰচণা হৈছিল।