কিহৰ বৰ্ণনা মতে ধৰ্মপালে বাহ্মণসকলক মধ্য়দেশৰ পৰা মাটি দান কৰিছিল?

উত্তৰঃ- খোনামুখী তামৰ ফলিৰ বৰ্ণনা মতে ধৰ্মপালে বাহ্মণসকলক মধ্য়দেশৰ পৰা মাটি দান কৰিছিল।