কি পুৰাণে যোগান ধৰা তথ্যমতে নৰকে ৰাজ্যৰ বাহিৰৰ পৰা ব্ৰাহ্মণ আনি নিজ ৰাজ্যত বহুৱাইছিল?

উত্তৰঃ- কালিকা পুৰাণে যোগান ধৰা তথ্যমতে নৰকে ৰাজ্যৰ বাহিৰৰ পৰা ব্ৰাহ্মণ আনি নিজ ৰাজ্যত বহুৱাইছিল।