কি পুৰাণৰ মতে শিৱৰ পত্নী সতীয়ে পিতৃ দক্ষৰ যজ্ঞত প্ৰাণ আহুতি দিছিল?

উত্তৰঃ- কালিকা পুৰাণৰ মতে শিৱৰ পত্নী সতীয়ে পিতৃ দক্ষৰ যজ্ঞত প্ৰাণ আহুতি দিছিল।