কি লিপিৰ পৰা মাটিৰপাত্ৰ অলংকাৰ আদিৰ দোকান থকা বজাৰ আৰু নগৰৰ বিষয়ে উল্লেখ কৰিছিল?

উত্তৰঃ খোদিত লিপিৰ পৰা মাটিৰপাত্ৰ অলংকাৰ আদিৰ দোকান থকা বজাৰ আৰু নগৰৰ বিষয়ে উল্লেখ কৰিছিল।