কৃষি পদ্ধতিৰ পিছতে নৱপ্ৰস্তৰ যুগৰ অন্য এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কি ?

উত্তৰঃ কৃষি পদ্ধতিৰ পিছতে নৱপ্ৰস্তৰ যুগৰ অন্য এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ হ’ল নাঙল ।