কোনখন ফলিত উল্লেখ কৰা হৈছে যে ৰজা বনমালই ভাঙি যোৱা হৰুপেশ্বৰ নগৰৰ সোণৰ শিৱ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল?

উত্তৰঃ- তেজপুৰ ফলিত উল্লেখ কৰা হৈছে যে ৰজা বনমালই ভাঙি যোৱা হৰুপেশ্বৰ নগৰৰ সোণৰ শিৱ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।