কোনখন ফলিৰ বৰ্ণনামতে ৰজা হৰ্জাৰবৰ্মণক পৰম মহেশ্বৰ বা শিৱ মহান উপাসক বুলি অভিহিত কৰা হৈছিল? Posted on 27/01/202227/01/2022 by Puspa Kakati উত্তৰঃ- হায়ুণ্ঠল তামৰ ফলিৰ বৰ্ণনামতে ৰজা হৰ্জাৰবৰ্মণক পৰম মহেশ্বৰ বা শিৱ মহান উপাসক বুলি অভিহিত কৰা হৈছিল। Post Views: 71