কোনখন ফলিৰ বৰ্ণনা ৰুদ্ৰ আৰাধনাৰে মুকলি কৰা হৈছিল?

উত্তৰঃ- বনমালৰ নগাঁও তামৰ ফলিৰ বৰ্ণনা ৰুদ্ৰ আৰাধনাৰে মুকলি কৰা হৈছিল।