কোনটো অঞ্চলত নৱপ্ৰস্তৰ যুগৰ চিহ্ন পোৱা গৈছে ?

উত্তৰঃ ‘দাওজালি হাদিং’ অঞ্চলত নৱপ্ৰস্তৰ যুগৰ চিহ্ন পোৱা গৈছে ।