কোনে উত্তৰ বঙ্গত ২০৫ ঘৰ ব্ৰাহ্মণক মাটি দান কৰিছিল?

উত্তৰঃ- কুমাৰ ভাস্কৰবৰ্মনে উত্তৰ বঙ্গত ২০৫ ঘৰ ব্ৰাহ্মণক মাটি দান কৰিছিল।