কোন তিনি জন ব্যক্তিয়ে গ্ৰীক দৰ্শনক এক নতুন মাত্ৰা প্ৰদান কৰিলে আৰু পৰৱৰ্তী কালত পশ্চিমীয়া সভ্যতাৰ উত্থানতো তেওঁলোকৰ অৱদানে গুৰুপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ?

উত্তৰঃ ছক্ৰেটিছ, প্লেটো আৰু এৰিষ্ট’টল এই তিনি জন ব্যক্তিয়ে গ্ৰীক দৰ্শনক এক নতুন মাত্ৰা প্ৰদান কৰিলে আৰু পৰৱৰ্তী কালত পশ্চিমীয়া সভ্যতাৰ উত্থানতো তেওঁলোকৰ অৱদানে গুৰুপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ।