ক্ষমতাৰ বিকল্প কেন্দ্ৰ | অধ্যায় ৪ | Class 12 Political Science Lesson 4 Question and Answer Assam | Higher Secondary 2nd Year Lesson 4 Solution | HS 2nd Year Political Science Chapter 4 Important Answer | HS 2nd Year Political Science Chapter 4 Common Answer | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৪ক্ষমতাৰ বিকল্প কেন্দ্ৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

ক্ষমতাৰ  বিকল্প কেন্দ্ৰ

প্ৰশ্নাৱলীঃ

১। সময়ানুক্ৰমিকভাৱে তলত দিয়াবোৰ সজোৱাঃ

(ক) চীনৰ বিশ্ব বাণিজ্য সন্থাত যোগদান

(খ)  EEC প্ৰতিষ্ঠাপন

(গ) ইউৰোপীয়ান ইউনিয়ন প্ৰতিষ্ঠা      

(ঘ)  ARF- ৰ জন্ম ।

উত্তৰঃ 

২। ‘এছিয়ান পথ’ৰ অৰ্থ হ’ল-

(ক) এছিয়ান সদস্যসকলৰ জীৱন-শৈলীৰ প্ৰতিফলন ।

(খ) এছিয়ানৰ সদস্যসকলৰ মাজত সহযোগিতাৰ বাৰ্তালাপ।

(গ) এছিয়ানৰ সদস্যসকলে অনুসৰণ কৰা প্ৰতিৰক্ষা নীতি।

(ঘ) এছিয়ানৰ সদস্যসকলক সংযোগ কৰা পথ।

উত্তৰঃ 

৩। তলত দিয়াবোৰৰ কোনখন দেশে Open Door নীতি গ্ৰহণ কৰিছিল-

(ক) চীন     

(খ) ইউৰোপীয়ান সংঘ    

(গ) জাপান      

(ঘ) ইউ. এছ. এ

উত্তৰঃ

৪। খালী ঠাই পূৰ কৰা-

(ক) ভাৰত আৰু চীনৰ মাজত ১৯৬২ চনৰ সীমাৰ কাজিয়া আছিল বিশেষকৈ অৰুণাচল প্ৰদেশ  আৰু  লাডাখৰ আকচাই চীন  আঞ্চলিক ।

(খ) ARF প্ৰতিষ্ঠা হৈছিল ১৯৯৪ ।

(গ) চীনে দ্বিপাক্ষিক সম্বন্ধত সোমাইছিল আমেৰিকাৰ সৈতে (এখনপ্ৰখ্যাত দেশ ১৯৭২ চনত) ।

(ঘ) ARF এছিয়ানৰ সংগঠন যি নিৰাপত্তাৰ যোগাযোগ কৰিছিল।

৫। আঞ্চলিক সংগঠন প্ৰতিষ্ঠাৰ উদ্দেশ্য কি ?

উত্তৰঃ

৬। আঞ্চলিক সংগঠন গঠনত ভৌগোলিক প্ৰভাৱ কি?

উত্তৰঃ 

৭। এছিয়ান ২০২০ চনৰ উপাদানবোৰ কি কি ?

উত্তৰঃ 

৮। এছিয়ান সম্প্ৰদায়ৰ লক্ষ্য আৰু উদ্দেশ্যবোৰ বৰ্ণনা কৰা।

উত্তৰঃ 

৯। চীনৰ বৰ্তমান অৰ্থনীতি ইয়াৰ অধিকাৰ অৰ্থনীতি (Communal Economy) ৰ পৰা প্ৰভেদ কি ?

১০। চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল ?

উত্তৰঃ 

১১। ইউৰোপৰ দেশসমূহে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমস্যাবোৰ কেনেদৰে সমাধা কৰিছিল ? ইউৰোপীয় সংঘ গঠনৰ প্ৰচেষ্টা আলোচনা কৰা।

উত্তৰঃ 

১২। ইউৰোপীয়ান সংঘক এটা প্ৰতিভাসম্পন্ন আঞ্চলিক সংগঠন হিচাপে গঠন কৰা হ’ল। এই আঞ্চলিক অৰ্থনৈতিক সংঘক শক্তিশালী কৰাৰ ওপৰৰ উক্তিটো প্ৰতিপন্ন কৰা।

উত্তৰঃ

১৩। ভাৰত আৰু চীনৰ বৰ্তমানৰ অৰ্থনৈতিক উন্নয়নে এক মেৰুৰ বিশ্বৰ লগত ফেৰ মাৰিবলৈ সমৰ্থ । তুমি উক্তিটো সমৰ্থন কৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দিয়া।

উত্তৰঃ 

১৪। আঞ্চলিক অৰ্থনৈতিক সংঘক শক্তিশালী কৰাৰ ওপৰত উক্তিটো প্ৰতিপন্ন কৰা ।

উত্তৰঃ 

১৫। চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল । (হয় অথবা নহয় লিখা )

উত্তৰঃ

আৰ্হি প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

১) অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান আলোচনা কৰা ।

উত্তৰঃ

২) শ্ৰেষ্ঠ জাতীয় সংগঠন হিচাপে ইউৰোপীয়ান সংঘৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ 

৩) চীনৰ অৰ্থনীতি উন্নতমুখী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ 

৪) আছিয়ান ( ASEAN) কি ? আছিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ 

৫) ASEAN ( Association of South-East Asian Nation)- লক্ষ্য আৰু সফলতাৰ বৰ্ণনা কৰা।

উত্তৰঃ 

৬) আন্তৰ্জাতিক সম্প্ৰদায়ত এছিয়ানৰ শক্তি বৃদ্ধিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত?

উত্তৰঃ

৭) চীন-ভাৰতৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

৮) ইউৰোপীয়া সংঘই প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান ক্ষেত্ৰবোৰ কি ? বিশদভাৱে আলোচনা কৰা ।

উত্তৰঃ

৯) চীন আৰু ভাৰতৰ সম্পৰ্ক মূল্যায়ন কৰা।

উত্তৰঃ 

১০) ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ সদস্যপদৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ

১১) ইউৰোপীয়ান অৰ্থনৈতিক সম্প্ৰদায়ৰ সফলতাৰ ওপৰত চমুকৈ লিখা।

উত্তৰঃ 

চমুটোকাঃ

১) ইউৰোপীয়ান সংঘৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

২) ভাৰত আৰু চীনৰ মাজৰ পৰিৱৰ্তিত সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ

৩) ভাৰত-চীনৰ সীমা বিবাদৰ চমু আভাস দিয়া।

উত্তৰঃ

৪) ভাৰত আৰু চীনৰ মাজৰ প্ৰধান উত্তেজিত কৰাৰ বিষয় কি কি?

উত্তৰঃ 

৫) ইউৰোপীয় সংঘই কেনেদৰে ৰাজনৈতিক আৰু কূটনৈতিক বিষয়ত প্ৰভাৱ বিস্তাৰ কৰে?

উত্তৰঃ 

৬) ইউৰোপীয় সংসদ বুলিলে কি বুজা?

উত্তৰঃ

৭)  ১৯৭০ চনৰ পৰা চীনৰ নীতিৰ প্ৰধান পৰিৱৰ্তনবিলাক কি কি ?

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্নঃ

১) ১৯৭৮ চনৰ আগত আৰু পাছত চীনে অনুসৰণ কৰা দুটা নীতি লিখা।

উত্তৰঃ 

২) ইউৰোপীয়ান সংঘৰ দুটা দুৰ্বলতা কি কি ?

উত্তৰঃ

৩) চীনৰ অৰ্থনীতিৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ 

৪) ASEAN ৰ দুটা মূল উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ 

৫)  ASEAN ৰ দুটা সফলতা লিখা।

উত্তৰঃ –

৬) ASEAN-ৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ 

৭) ইউৰোপীয়ান সংঘৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

৮) ইউৰোপীয়ান সংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।

উত্তৰঃ 

৯) ভাৰত আৰু চীনৰ মাজৰ কাজিয়াৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।

উত্তৰঃ

১০) ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ লিখা।

উত্তৰঃ 

১১) ইউৰোপীয়ান সংঘৰ দুটা অংগৰ নাম লিখা।

উত্তৰঃ 

বস্তুনিষ্ঠ প্ৰশ্নাৱলীঁঃ

১) আছিয়ান কোন চনত গঠন হৈছিল আৰু আৰম্ভণিত ইয়াৰ কিমান সদস্য আছিল ?

উত্তৰঃ 

২) ভাৰত আছিয়ান (ASEAN)ৰ এখন সদস্য ৰাষ্ট্ৰ । (হয় অথবা নহয় লিখা )

উত্তৰঃ 

৩) ASEAN ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ

৪) ASEAN ৰ যিকোনো এখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ 

৫) কোন চনত চীনে অৰ্থনীতিৰ ক্ষেত্ৰত “Open Door Policy” নীতি গ্ৰহণ কৰিছিল?

উত্তৰঃ 

৬) চীনে কেতিয়া বিশ্ব বাণিজ্য সন্থাৰ সদস্য হৈছিল?

উত্তৰঃ 

৭) ইউৰোপীয়ান সংঘৰ সদস্য ৰাষ্ট্ৰ এখনৰ নাম লিখা।

উত্তৰঃ 

৮) কোন চনত চীনে কৃষিক ব্যক্তিগতকৰণ কৰিছিল?

উত্তৰঃ

৯) কোন চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল?

উত্তৰঃ 

১০) ইউৰোপীয়ান সংঘৰ মুদ্ৰাক কি কয়?

উত্তৰঃ 

১১) ১৯৯২ চনত কোনখন আঞ্চলিক সংগঠন গঠন হৈছিল?

উত্তৰঃ 

১২) এছিয়াৰ এটা প্ৰধান শক্তিৰ নাম লিখা।

উত্তৰঃ 

শুদ্ধ উত্তৰ দিয়াঃ 

১)  আণৱিক বোমা নিক্ষেপণৰ ফলত দ্বিতীয় মহাসমৰত তলত দিয়া কোনখন দেশ ধ্বংসপ্ৰাপ্ত হৈছিল? 

(ক) জাৰ্মানী  (খ) জাপান   (গ) ইংলেণ্ড   (ঘ) ইটালী

উত্তৰঃ  

২) চীনক কৃষি ব্যক্তিগতকৰণ কৰা হৈছিল- 

(ক) ১৯৮৮   (খ) ১৯৮২   (গ) ১৯৭৬   (ঘ) ১৯৭৮ চনত

উত্তৰঃ 

৩) ইউৰোপীয়ান সংঘ স্থাপনৰ কৰা হৈছিল-

(ক) ১৯৯২ চনত   (খ) ১৯৯০   (গ) ১৯৯৪   (ঘ) ১৯৯৬ চনত

উত্তৰঃ 

৪) তলত দিয়া কোনখন ৰাষ্ট্ৰ ইউৰোপীয়ান সংঘৰ সদস্য নহয়-

(ক) গ্ৰেট ব্ৰিটেইন   (খ) জাৰ্মানী    (গ) ভাৰত   (ঘ) ফ্ৰান্স

উত্তৰঃ