গিলগামেছৰ কাহিনীয়ে পৰৱৰ্তী সময়ত ক’ত স্থান পাইছিল ?

উত্তৰঃ গিলগামেছৰ কাহিনীয়ে পৰৱৰ্তী সময়ত গিলগামেছৰ মহাকাব্যত স্থান পাইছিল।