গুৱাহাটীৰ তামৰ ফলিত শিৱক কি কি নামেৰে সম্বোধন কৰা হৈছে?

উত্তৰঃ- গুৱাহাটীৰ তামৰ ফলিত শিৱক শম্ভু আৰু পশুপতি বুলি সম্বোধন কৰা হৈছে।