গ্ৰাভেতিয়ান সংস্কৃতিক কেইটা ভাগত ভাগ কৰিব পাৰি । আৰু কি কি

উত্তৰঃ গ্ৰাভেতিয়ান সংস্কৃতিক দুটা বহল ভাগত ভাগ কৰিব পাৰি । সেইকেইটা হ’ল- (১) পশ্চিম গ্ৰাভেতিয়ান সংস্কৃতি । (২) পূৰ্বীয় গ্ৰাভেতিয়ান সংস্কৃতি ।