চীনত উত্তৰৰ পৰা দক্ষিণলৈকে বিস্তৃত তিনিটা নদী উপত্যকা দেখা যায়, সেইকেইটা কি কি ?

উত্তৰঃ চীনত উত্তৰৰ পৰা দক্ষিণলৈকে বিস্তৃত তিনিটা নদী উপত্যকা দেখা যায়, সেইকেইটা হ’ল-

(i) হোৱাংহো বা হালধীয়া নদী উপত্যকা ।

(ii) ইয়াংছিকিয়াং নদী উপত্যকা আৰু

(iii) ছি নদী উপত্যকা ।