জন্তুৰ মূল্যৱান ছালখন নষ্ট নোহোৱাকৈ চিকাৰ কৰিবলৈ তেওঁলোকে কি ব্যৱহাৰ কৰিছিল ?

উত্তৰঃ জন্তুৰ মূল্যৱান ছালখন নষ্ট নোহোৱাকৈ চিকাৰ কৰিবলৈ তেওঁলোকে এবিধ ভোটা জোং থকা কাঁড় ব্যৱহাৰ কৰিছিল।