দক্ষিণ মেছোপটেমিয়াৰ পৰিৱেশত গঢ়ি উঠা প্ৰথমটো সংস্কৃতি কি ?

উত্তৰঃ দক্ষিণ মেছোপটেমিয়াৰ পৰিৱেশত গঢ়ি উঠা প্ৰথমটো সংস্কৃতি হ’ল- আল-উবেইদ সংস্কৃতি ।