দূৰ শিক্ষা বুলিলে কি বুজা?

উত্তৰঃ দূৰ শিক্ষা বুলিলে দূৰৰ পৰা প্ৰদান কৰা শিক্ষাকে বুজায়।