দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি | অধ্যায় ২ | Class 12 Political Science Lesson 2 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 2 Important Answer Assam | HS 2nd Year Political Science Chapter 2 Common Answer | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ২ দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

দ্বি-মেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি  

প্ৰশ্নাৱলীঃ-

১। ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্ৰকৃতি নিৰ্ণয় কৰা। তলত দিয়া কোনবোৰ বাক্য অশুদ্ধঃ

(ক) সমাজবাদ হ’ল প্ৰধান আদৰ্শ।

(খ) উৎপাদনৰ ওপৰত ৰাষ্ট্ৰীয়কৰণ/ নিয়ন্ত্ৰণ ।

(গ) জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰিছিল।

(ঘ) ৰাষ্ট্ৰই সকলো ধৰণৰ অৰ্থনীতিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণ  কৰিছিল।

উত্তৰ:- 

২। সময়ানুক্ৰমিকভাৱে সজোৱাঃ

(ক) ৰাছিয়াৰ আফগানিস্তান আক্ৰমণ  (খ) বাৰ্লিন ওৱালৰ পতন  (গ) ছোভিয়েট ইউনিয়নৰ ভাঙোন  (ঘ) ৰাছিয়াৰ প্ৰস্তাৱ।

উত্তৰ:-  

৩।  তলত দিয়াবোৰৰ  কোনটো ছোভিয়েট ৰাছিয়াৰ ভাঙোন ফল নহয়ঃ

(ক) আমেৰিকা আৰু ৰাছিয়াৰ  মাজত আদৰ্শৰ যুদ্ধৰ সমাপ্তি।

(খ) CIS (চি. আই.এচ) ৰ জন্ম।

(গ) বিশ্বত ক্ষমতাৰ ভাৰসাম্যৰ পৰিৱৰ্তন ।

(ঘ) মধ্য- পূৱত সংকট।

উত্তৰ:- 

৪। তলত দিয়াবোৰ মিলোৱাঃ

(ক) মিখাইল গৰ্বাচেভ                   (১) ছোভিয়েট ৰাছিয়াৰ কৃতকাৰ্যতা

(খ) শ্বক্ থেৰাপি                                 (২)সামৰিক চুক্তি

(গ) ৰাছিয়া                                          (৩) সংস্কাৰ সাধন

(ঘ) বৰিচ য়েল্টচিন                      (৪) অৰ্থনৈতিক নমুনা (মডেল)

(ঙ) ৱাৰ্শ্ব’                                             (৫) ৰাছিয়াৰ ৰাষ্ট্ৰপতি  

উত্তৰ:-     

৫। খালী ঠাই পূৰ কৰাঃ

(ক) বাৰ্লিন দেৱাল———–চনত ভংগ হৈছিল ।

(খ) ছোভিয়েট ৰাছিয়াৰ দ্বাৰা ———- সামৰিক মৈত্ৰীবন্ধন আৰম্ভ কৰা হৈছিল ।

(গ) ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্য়বস্থাত———- দলে অধিপত্য় বিস্তাৰ কৰিছিল ।

(ঘ) ১৯৮৫ চনৰ ——— ছভিয়েট ৰাছিয়াত সংস্কাৰৰ সূচনা কৰিছিল ।

(ঙ) ———– পতনে শীতল যুদ্ধৰ অৱসানৰ ইংগিত দিয়ে ।

(চ) ছোভিয়েটৰ ৰাজনৈতিক ব্য়ৱস্থা ——— আৰ্দশৰ ওপৰত প্ৰতিষ্ঠিত ।

(ছ) ছোভিয়েটৰ ৰাজনৈতিক ব্যৱস্থা  সমাজবাদী   আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ।

(জ)  ছোভিয়েট ৰাছিয়াৰ দ্বাৰা  ৱাৰ্শ্ব’ সামৰিক মৈত্ৰীবন্ধন আৰম্ভ কৰা হৈছিল। 

(ঝ) ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্হাত কমিউনিষ্ট বা সাম্যবাদী দলে আধিপত্য বিস্তাৰ কৰিছিল ।

(ঞ) ১৯৮৫ চনৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গৰ্বাচেভে ছোভিয়েট ৰাছিয়াত সংস্কাৰৰ সূচনা কৰিছিল ।

(ট) ছোভিয়েট সংঘৰ পতনে শীতল যুদ্ধৰ অৱসানৰ ইংগিত দিয়ে।

৬।  তিনিটা বৈশিষ্ট্য উল্লেখ কৰা যি ছোভিয়েট অৰ্থনীতি আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৰা পৃথক কৰে।

উত্তৰ:-  

৭। কোনবিলাক কাৰণে গৰ্বাচেভক ছোভিয়েট ৰাছিয়াত সংস্কাৰ কৰিবলৈ বাধ্য কৰাইছিল?

উত্তৰ:

৮।  ভাৰতৰ নিচিনা ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবোৰ কি?

উত্তৰ:- 

৯।  Shock Therapy কি? সাম্যবাদৰ পৰা পুঁজিবাদলৈ ৰূপান্তৰ হোৱা ই আটাইতকৈ ভাল উপায় নেকি?

উত্তৰ:- 

ৰচনাধৰ্মী প্ৰশ্নঃ 

১। ছোভিয়েট ব্যৱস্হাৰ চৰকাৰ আৰু অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ:-

২। ছোভিয়েট ইউনিয়নৰ ধ্বংসৰ পিছত নতুন বিশ্বৰ উদ্ভাৱন মূল্যায়ন কৰা।

উত্তৰ:- 

৩। শীতল যুদ্ধৰ কালছোৱাত ভাৰত আৰু ৰাছিয়াই বিশেষ সম্পৰ্ক উপভোগ কৰিছিল আৰু ইয়াতে ভাৰতক ৰাছিয়া গোষ্ঠীৰ এটা অংশ বুলি সমালোচনা কৰা হৈছিল, তুমি একমত নে? দুটা যুক্তিৰে তোমাৰ সমৰ্থন প্ৰতিপন্ন কৰা।

উত্তৰ:- 

৪। শীতল যুদ্ধৰ সময়ত তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ লগত ভাৰতৰ সম্পৰ্ক পৰীক্ষা কৰা।

উত্তৰ:-

৫। ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ প্ৰকৃতি বৰ্ণনা কৰা।

উত্তৰ:

৬। ৰাছিয়াৰ ব্যৱস্থাৰ প্ৰকৃতি আসোঁৱাহসমূহ আলোচনা কৰা।

উত্তৰ:- 

৭। শীতল যুদ্ধৰ পিছত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ওপৰত এটা টোকা লিখা ।

উত্তৰ:- 

৮।  ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰ:-

৯। ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিলে ? বিশদভাবে আলোচনা কৰা ।

উত্তৰ:-

১০।  ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পৰ্কে এটা চমু টোকা লিখা।

উত্তৰ:- 

চমুটোকাঃ

১। ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থাৰ চাৰিটা প্ৰধান বৈশিষ্ট্য লিখা।

উত্তৰ:- 

২। ভাৰত আৰু ৰাছিয়াৰ মাজত গঢ়ি উঠা সম্পৰ্ক চমুকৈ লিখা।

উত্তৰ:-

৩। ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ উন্নয়নৰ কাৰণে গৰ্বাচেভে কি ব্যৱস্থা গ্ৰহণ কৰিছিল?

উত্তৰ:- 

৪।  Shock Therapy ৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ:- 

চমুটোকাঃ

১।ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ লিখা ।

উত্তৰ:- 

 ২। ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল?

উত্তৰ:-

৩। গৰ্বাচেভৰ নতুন অৰ্থনৈতিক কৌশলৰ মূল ধাৰণাৰ ভিত্তি কি?

উত্তৰ:-

৪।  Glasnost ৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰ:- 

৫। ছোভিয়েট ইউনিয়নৰ পতনৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰ:- 

৬। মধ্য এছিয়াৰ দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ:- 

৭। দুখন বলকান ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ:- 

৮। দ্বিতীয় বিশ্ব কি?

উত্তৰ:-

৯।  সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্ৰাসিক অথবা আতংক প্ৰতিকাৰ ব্যৱস্হাৰ অৰ্থ কি?

উত্তৰ:

১০। লেনিন কোন আছিল?

উত্তৰ:- 

১১।  ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ:- 

১২। ভাৰতৰ পৰিকল্পনা আৰু ৰাছিয়াৰ পৰিকল্পনাৰ মাজত দুটা পাৰ্থক্য লিখা।

উত্তৰ:

১৩। নিকিটা খ্ৰুছেভ কোন আছিল?

উত্তৰ:- 

১৪। ৰাষ্ট্ৰপতি মিখাইল গৰ্বাছেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম উল্লেখ কৰা।

উত্তৰ:- 

১৫। ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ এটা ফলাফল লিখা।

উত্তৰ:-

বস্তুনিষ্ঠ  প্ৰশ্নঃ

১। কোন চনত  বাৰ্লিন দেৱাল ভংগ হৈছিল ?

উত্তৰ:-

2। ৰাছিয়াত সমাজবাদী আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:-

৩। কোন চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হৈছিল?

উত্তৰ:-

৪। কোনখন দেশৰ পতনক দ্বিতীয় বিশ্বৰ পতন বুলি জনা যায়?

উত্তৰ:-  

৫। কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ পৰিসমাপ্তি ঘটে?

উত্তৰ:- 

৬। ছোভিয়েট সংঘত কেইখন গণৰাজ্য আছে?

উত্তৰ:- 

৭। কোনজন নেতাই ছোভিয়েট ৰাছিয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল?

উত্তৰ:- 

৮। কি আদৰ্শৰ ওপৰত ৰাছিয়াৰ ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠিত?

উত্তৰ:-

৯। কোনখন ৰাষ্ট্ৰৰ পতনক ‘দ্বিতীয় বিশ্ব’ৰ পতন হিচাপে জনা যায় ?

উত্তৰ:-

১০। ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা ।

উত্তৰ :-

শুদ্ধ নে অশুদ্ধ লিখাঃ

১।  কোন চনত গৰ্বাচেভ ছোভিয়েট ৰাছিয়াৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল?

(ক) ১৯৮৯ চনত   (খ) ১৯৯০ চনত   (গ) ১৯৮৭ চনত   (ঘ) ১৯৮৫ চনত।

উত্তৰ:-

২।  ছোভিয়েট যুক্তৰাষ্ট্ৰৰ কোনখন গণৰাজ্যই প্ৰথম স্বাধীনতা ঘোষণা কৰিছিল?

(ক) লিথুয়ানিয়াই  (খ) লাটভিয়াই   (গ) ডেগেস্তানে   (ঘ) ইউক্ৰেন।

উত্তৰ:-