পোপে অষ্টম হেনৰীক কি উপাধি প্ৰদান কৰিছিল ?

উত্তৰঃ পোপে অষ্টম হেনৰীক ‘ধৰ্ম ৰক্ষক’ উপাধি প্ৰদান কৰিছিল ।