প্ৰথম অৱস্থাত প্ৰাকৃতিক জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি কি উৎপাদন কৰা হৈছিল ?

উত্তৰঃ প্ৰথম অৱস্থাত প্ৰাকৃতিক জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি গম আৰু বাৰ্লি উৎপাদন কৰা হৈছিল ।