প্ৰাচীন চীনৰ ইতিহাসৰ অন্যতম বৈশিষ্ট্য কি ?

উত্তৰঃ প্ৰাচীন চীনৰ ইতিহাসৰ অন্যতম বৈশিষ্ট্য হ’ল ইয়াত বিভিন্ন ধৰণৰ সংস্কৃতিয়ে বিকাশ লাভ কৰিছিল ।