ফ্ৰান্স চলুট্ৰোয়ান স্তৰ সমূহক কেইটা স্তৰত বিভক্ত কৰিছে। আৰু কি কি ?

উত্তৰঃ ফ্ৰান্স চলুট্ৰোয়ান স্তৰ সমূহক ৪টা স্তৰত বিভক্ত কৰিছে । সেইকেইটা হ’ল- (১) প্ৰাক্-চলুট্ৰোয়ান, (২) আদি চলুট্ৰোয়ান, (৩) মধ্য চলুট্ৰোয়ান, (৪) শেষ চলুট্ৰোয়ান ।