ব্ৰিটিছৰাজ আৰু বিদ্ৰোহীসকল ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী | অধ্যায় ১১ | Class 12 History Chapter 11 Question and Answer Assam | HS 2nd Year History Lesson 11 Solution | Higher Secondary 2nd Year History Chapter 11 Important Answer |

অধ্য়ায় ১১


ব্ৰিটিছৰাজ আৰু বিদ্ৰোহীসকল ১৮৫৭ ৰ বিদ্ৰোহ আৰু ইয়াৰ বিৱৰণী

 তলত দিয়াবােৰৰ বিষয়ে একোখন চমু ৰচনা লিখা ১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া

 ১. দ্রোহী চিপাহীসকলে বহু ঠাইত বিদ্ৰোহৰ নেতৃত্বৰ বাবে কিয় অভূতপূর্ব শাসকসকলৰ মুখলৈকে চাইছিল?

উত্তৰঃ-

২.  বিদ্রোহীসকলৰ আঁচনি আৰু সমন্বয়ৰ ইঙ্গিত বহন কৰা তথ্য প্রমাণবােৰৰ বিষয়ে আলােচনা কৰা। 

উত্তৰঃ-

৩. ধর্মীয় বিশ্বাসে 1857 ৰ ঘটনাক্রমক কিমানদূৰ গঢ় দিছিল আলােচনা কৰা।

উত্তৰঃ-

৪. বিদ্রোহীসকলৰ মাজত একতাৰ নিশ্চিতৰ বাবে হাতত লােৱা ব্যৱস্থাবােৰ কি কি আছিল?

উত্তৰঃ-

৫. বিদ্রোহ দমনৰ বাবে বৃটিশসকলে কি কি পদক্ষেপ হাতত লৈছিল?উত্তৰঃ-তলত দিয়া প্রশ্নবােৰ ২৫০-৩০০ শব্দৰ ভিতৰত

চমু ৰচনা লিখা 

6. বিশেষকৈ অবােধ্যতেই কিয় বিদ্রোহে সর্বাত্মক ৰূপ লৈছিল? কি কথাই কৃষক, তালুকদাৰ আৰু জমিদাৰসকলক বিদ্রোহত যােগদান কৰিবলৈ উদ্বুদ্ধ কৰিছিল?

উত্তৰঃ-

7. বিদ্রোহীসকলে কি বিচাৰিছিল? এই সম্পর্কে বিভিন্ন সামাজিক গােটবােৰৰ ভাৱমূর্তিৰ ….

উত্তৰঃ-

৪. 1857 ৰ বিদ্ৰোহৰ বিষয়ে দৃশ্যায়িত উপস্থাপনাবােৰে আমাক কি জানিবলৈ দিয়ে? এইবােৰক ইতিহাসবিদসকলে কেনেকৈ ব্যাখ্যা কৰে? 

উত্তৰঃ-

9. অধ্যায়টোত অন্তর্ভুক্ত যিকোনাে এটা দৃশ্যায়িত আৰু এটা পাঠমূলক সমল পৰীক্ষা কৰি, ইহঁতে বিজয়ী আৰু বিজিত পথৰ দৃষ্টিকোণক প্রতিনিধিত্ব কৰে, আলােচনা কৰা। 

উত্তৰঃ-মানচিত্রৰ কাম

10. ভাৰতৰ এখন মানচিত্রৰ নক্সাত বৃটিশ ক্ষমতাৰ তিনিটা মুখ্য কেন্দ্র কলিকতা ( কলকাতা ) , বােম্বাই ( মুম্বাই ) আৰু মাদ্রাজ ( চেন্নাই ) ক চিহ্নিত কৰা। মানচিত্র 1 আৰু মানচিত্র 2 ৰ প্ৰেক্ষাপটত তাৰ এখন নক্সা তৈয়াৰ কৰা উপনিৱেশিক চহৰবিলাকৰ পৰা এই স্থানবােৰ কিমান ওচৰত নাইবা কিমান দূৰত অৱস্থিত আছিল?

উত্তৰঃ-প্রকল্প ( যিকোনাে এটা বাছি লােৱা ) 

11. 1857 ৰ বিদ্ৰোহৰ যিকোনাে এজন নেতাৰ জীৱনী পঢ়ি চোৱা। জীৱনীকাৰজনে ব্যৱহাৰ কৰা সমলবোৰ পৰীক্ষা কৰি চোৱা। ইয়াৰ মাজত চৰকাৰী প্রতিবেদন, সংসদ টোকা, আঞ্চলিক ভাষাৰ কাহিনী, দৃশ্যায়িত বস্তু বা আন কিবা আছে নেকি? সকলােবােৰ সমলে একেখিনি কথাকেই জনায় নে ইহঁতৰ মাজত পার্থক্য আছে? তােমাৰ প্ৰাপ্তিৰ ওপৰত এখন প্রতিবেদন প্রস্তুত কৰা।

উত্তৰঃ-

12. 1857 ৰ বিদ্ৰোহৰ আধাৰত নির্মিত কথাছবি এখন চোৱা আৰু ই বিদ্রোহটোক কি ধৰণে উপস্থাপন কৰে সেই বিষয়ে লিখা। ই বৃটিশ বিদ্রোহী আৰু বৃটিশৰ প্রতি অনুগত হৈ থাকি যােৱাসকলক কেনেকৈ চিত্রিত কৰিছে? কৃষক, নগৰবাসী, জনজাতিি, জমিদাৰ আৰু তালুকদাৰসকলৰ বিষয়ে ই কি কয়? কথাছবিখনে কি ধৰণৰ সঁহাৰি সৃষ্টি কৰিবলৈ বিচাৰে?

উত্তৰঃ-