ভাৰতভূমি প্ৰাকৃতিক অৱয়বৰ ক্ষেত্ৰত কি?

উত্তৰঃ ভাৰতভূমি প্ৰাকৃতিক অৱয়বৰ ক্ষেত্ৰত বৈচিত্ৰময়।