ভাৰতীয় ৰাজনীতিৰ শেহতিয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান | অধ্যায় ১০ | Class 12 Political Science Lesson 10 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 10 Solution | Clas

ভাৰতীয় ৰাজনীতিৰ শেহতিয়া ঘটনাপ্ৰৱাহ আৰু প্ৰত্যাহ্বান

Recent Issues And Challenges In India Politics

আহি প্রশ্নাবলী 

ৰচনাধর্মী প্রশ্ন : 

১। বিশ্বায়নৰ বিষয়ে এটা টোকা লিখা । 

উত্তৰঃ

২। বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্ৰাসংগিক ? আলােচনা কৰা ।

উত্তৰঃ

৩। ভাৰতীয় অর্থনীতিত সূচনা হােৱা নব্য অর্থনৈতিক নীতিৰ ওপৰত এটি টোকা লিখা । 

উত্তৰঃ

৪। নৱ্য অর্থনৈতিক নীতিৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিবাদ বা বিৰােধিতাৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

৫। মণ্ডল আয়ােগৰ বিৰুদ্ধে গঢ়ি উঠা প্রতিক্রিয়াৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

৬। অয্যোধা বিবাদৰ বিষয়ে এক আলােচনা আগবঢ়োৱা । 

উত্তৰঃ

৭। গাোধাৰকাণ্ডৰ বিষয়ে এক আলােচনা আগবঢ়োৱা ।

উত্তৰঃ

৮। অযােধ্যা আৰু গােব্ৰ ঘটনাৰ সৈতে সম্পর্ক ৰাখি ভাৰতত সাম্প্রদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ

চমুটোকা  

১। ভাৰতবৰ্ষৰ নব্য অর্থনৈতিক নীতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ

২। ভাৰতবৰ্ষত অন্যান্য পিছপৰা শ্রেণীসমূহৰ ৰাজনৈতিক উত্থানৰ বিষয়ে অতি চমুকৈ লিখা । 

উত্তৰঃ

৩। মণ্ডল আয়ােগৰ পৰামর্শৱলীৰ ওপৰত সংক্ষিপ্ত আলােচনা আগবঢ়োৱা । 

উত্তৰঃ

৪। মণ্ডল আয়ােগৰ বিৰুদ্ধে কিয় জাতিবাদ গঢ়ি উঠিছিল ? চমুকৈ আলােচনা কৰা । 

উত্তৰঃ

৫। ভাৰতীয় ৰাজনীতিত দলিত সম্প্রদায়ৰ উত্থানৰ বিষয়ে চমু আলােচনা আগবঢ়োৱা ।

উত্তৰঃ

৬। বাবৰি মছজিদ ধ্বংস কৰা ঘটনাৰ ওপৰত এটা চমু টোকা লিখ । 

উত্তৰঃ

৭। গুজৰাটৰ সম্প্রদায়িক সংঘৰ্ষৰ সম্পৰ্কত মানৱ অধিকাৰ আয়ােগৰ প্রতিক্রিয়া সম্পৰ্কত এক চমু আলােচনা আগবঢ়োৱা । 

উত্তৰঃ

অতি চমু উত্তৰৰ প্রশ্ন ঃ

১। ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখা ।

উত্তৰঃ

২। বিশ্বায়নৰ স’তে জড়িত আন দুটা ধাৰণা কি কি ? 

উত্তৰঃ

৩। স্ব-নিৰ্ভৰশীল আৰু আন্তঃনির্ভৰশীল অর্থনীতিৰ মাজত কি কি পার্থক্য আছে ? 

উত্তৰঃ

৪। ভাৰতবৰ্ষৰ দুজন আটাইতকৈ ধনী ব্যক্তিৰ নাম লিখা । 

উত্তৰঃ

৫। ভাৰতবৰ্ষত সাম্প্রদায়িকতাবাদ ৰােধৰ বাবে দুটা পৰামর্শ দিয়া । 

উত্তৰঃ

৬। নব্য অর্থনৈতিক নীতিৰ বিৰােধিতা কৰা দুটা গােটৰ নাম লিখা ।

উত্তৰঃ

৭। মণ্ডল আয়ােগৰ দুটা পৰামৰ্শ লিখা ।

উত্তৰঃ

৮। বাবৰি মছজিদ ধ্বংস কৰাৰ সৈতে জড়িত দুটা দল/সংগঠনৰ নাম উল্লেখ কৰা । 

উত্তৰঃ

৯। গােধৰাকাণ্ড সংঘটিত হােৱাৰ সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী আৰু গুজৰাটৰ মুখ্যমন্ত্রী কোন আছিল? 

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাৱলীঃ 

১। ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ

২। কোন চনত ভাৰতবৰ্ষৰ নৱ্য অর্থনৈতিক নীতি সূচনা কৰা হয় ? 

উত্তৰঃ

৩। কোন চনত মণ্ডল আয়ােগৰ পৰামৰ্শাৱলী প্রয়ােগ কৰা হয় ? 

উত্তৰঃ

৪। কোন চৰকাৰৰ দিনত মণ্ডল আয়ােগৰ পৰামৰ্শাৱলী প্রয়ােগৰ সিদ্ধান্ত লােৱা হয় ? 

উত্তৰঃ

৫। মণ্ডল আয়ােগৰ পৰামৰ্শাৱলী প্রয়ােগৰ সিদ্ধান্ত লােৱাৰ সময়ত দেশৰ প্রধানমন্ত্রী কোন আছিল ? 

উত্তৰঃ

৬। বহুজন সমাজ পার্টি কোনে প্রতিষ্ঠা কৰিছিল ? 

উত্তৰঃ

৭। কিমান চনৰ কিমান তাৰিখে বাবৰি মছজিদ ধ্বংস কৰা হৈছিল ? 

উত্তৰঃ

৮। বাবৰি মছজিদ ধ্বংস কৰাৰ সময়ত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী কোন আছিল ? 

উত্তৰঃ

৯। কোন চনৰ কোন তাৰিখে গােধৰাকাণ্ড সংঘটিত হৈছিল ? 

উত্তৰঃ

১০। গােধৰাকাণ্ড সংঘটিত হােৱাৰ সময়ত গুজৰাটত কোন দলৰ চৰকাৰ আছিল ? 

উত্তৰঃ

১১। মণ্ডল আয়ােগৰ যিকোনাে এটা পৰামৰ্শ লিখা ।

উত্তৰঃ

খালী ঠাই পূৰ কৰা ঃ

১। বিশ্বায়নৰ স’তে জড়িত আন দুটা ধাৰণা হ’ল ক্রমে উদাৰীকৰণ আৰু।

২। ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ব্যক্তিজনৰ নাম।

৩। মণ্ডল আয়ােগৰ অধ্যক্ষ আছিল।

৪। মণ্ডল আয়ােগে শতাংশ চাকৰিৰ অন্যান্য পিছপৰা শ্রেণীসমূহৰ বাবে সংৰক্ষণৰ পৰামৰ্শ আগবঢ়ায় । 

৫। চনত কাশীৰামে বহুজন সমাজ পার্টি গঠন কৰে । 

৬ । ২০১০ চনৰ তাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ে অযােধ্যা বিবাদৰ ওপৰত এক ঐতিহাসিক ৰায় প্রদান কৰে । 

৭। ভাৰত চৰকাৰে মণ্ডল আয়ােগ চনত নিযুক্তি দিছিল ।

৮। স্বাধীনতাৰ পূর্বে মুছলিম লীগে আগবঢ়োৱা “ দ্বিজাতি তত্ত্ব’ত অন্তর্ভুক্ত কৰা ৰাষ্ট্ৰ দুখনৰ আছিল আৰু                 । (খালী ঠাই পূৰ কৰা)