ভাৰত চৰকাৰে কিমান চনত নতুন জাতীয় শিক্ষানীতি ঘোষণা কৰিছিল?

উত্তৰঃ ১৯৮৬ চনত ভাৰত চৰকাৰে নতুন শিক্ষানীতি ঘোষণা কৰিছিল।