ভূতিবৰ্মণৰ বৰগংগা শিলালিপিত কিহৰ উল্লেখ পোৱা যায়?

উত্তৰঃ- ভূতিবৰ্মণৰ বৰগংগা শিলালিপিত আৰ্য্যগুণৰ দ্বাৰা আশ্ৰম প্ৰতিষ্ঠাৰ উল্লেখ পোৱা যায়।