মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন আইন অমান্য আন্দোলন আৰু পৰৱৰ্তী ঘটনাসমূহ | Chapter 13 | Class 12 History Lesson 13 Question and Answer Assam | Higher Secondary 2nd Year History Chapter 13 Important Answer |

মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন আইন অমান্য আন্দোলন আৰু পৰৱৰ্তী ঘটনাসমূহ 

১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া

1. সর্বসাধাৰণ মানুহৰ মনত মহাত্মা গান্ধীয়ে কিদৰে নিজৰ পৰিচয় দিব বিচাৰিছিল?

উত্তৰঃ-

2. কৃষকসকলে মহাত্মা গান্ধীক কিমান বুজিছিল? 

উত্তৰঃ-

3. জাতীয় সংগ্ৰামত লােণ আইন কিয় এটা বিচার্য বিষয় হৈ পৰিছিল?

উত্তৰঃ-

4. জাতীয় আন্দোলন অধ্যয়নৰ কাৰণে বাতৰি কাকতক কিয় এটা দৰকাৰী সমল হিচাপে গণ্য কৰা হয়। 

উত্তৰঃ-

5. যঁতৰ কিয় জাতীয়তাবাদৰ প্ৰতীকৰূপে নির্বাচিত কৰা হৈছিল?

উত্তৰঃ-

তলত দিয়া প্রশ্নবােৰৰ ২৫০-৩০০ শব্দৰ ভিতৰত চমু ৰচনা

 6. অসহযােগ আন্দোলনক কিয় একপ্রকাৰ প্রতিবাদ বুলি কোৱা হয়?

উত্তৰঃ-

 7. ঘূৰণীয়া মেজমেলৰ কথােপকথনসমূহ কিয় অমীমাংসীত হৈছিল?

উত্তৰঃ-

 ৪. জাতীয় আন্দোলনৰ প্রকৃতি মহাত্মা গান্ধীয়ে কি উপায়েৰে পৰিৱৰ্ত্তন কৰিছিল। 

উত্তৰঃ-

9. ব্যক্তিগত চিঠি আৰু আত্মজীৱনীৰ পৰা এজন ব্যক্তিৰ বিষয়ে আমি কেনেধৰণৰ তথ্য সংগ্রহ কৰিব পাৰাে? চৰকাৰী প্রতিবেদনৰ লগত এই সমলবিলাকৰ পার্থক্য কি?

উত্তৰঃ-

 মানচিত্রৰ কাম 

10. দাণ্ডীযাত্ৰাৰ পথটো নিৰূপণ কৰা । গুজৰাটৰ যিবিলাক প্রধান নগৰ আৰু গাঁওৰ মাজেদি গান্ধীজীয়ে দাণ্ডী লৈ যাত্ৰা কৰিছিল এখন মেপত সেই পথ অংকণ কৰা ।

 প্রকল্প ( যিকোনাে এটা বাছি লােৱা ) 

11. জাতীয়তাবাদী নেতাসকলৰ মাজৰ পৰা যিকেনাে এজনৰ আত্মজীৱনী অধ্যয়ন কৰা। লেখকে বিভিন্ন ধৰণে তেওঁৰ জীৱনকাল আৰু সময়ৰ কথা লিখিছে আৰু জাতীয় আন্দোলনক কেনেদৰে ব্যাখ্যা কৰিছে পর্যবেক্ষণ কৰা। তেওঁলােকৰ দৃষ্টিভঙ্গী কিহত বেলেগ দেখিছা, তােমাৰ অধ্যয়নৰ ভিত্তিত এটা টোকা লিখা। 

উত্তৰঃ-

12. জাতীয় আন্দোলনৰ সময়ত ঘটি যােৱা যিকোনাে এটা ঘটনা নির্বাচন কৰা। সেইসময়ৰ নেতাসকলৰ চিঠি – পত্ৰবােৰ আৰু ভাষণসমূহ পঢ়া এইবিলাকৰ কিছুমান এতিয়া প্রকাশ পাইছে । তুমি বসবাস কৰা ঠাইৰ তেওঁ বাসিন্দাও হ’ব পাৰে। জাতীয় আন্দোলনৰ আগশাৰীৰ নেতৃবৰ্গৰ কাৰ্যক স্থানীয় নেতাসকলে কেনেদৰে আলােকপাত কৰিছে সেইটো তুমি পর্যবেক্ষণ কৰা আৰু সেই অধ্যয়নক ভিত্তি কৰি জাতীয় আন্দোলনৰ বিষয়ে লিখা।

উত্তৰঃ-