মহান কেথেৰিণে কিমান চনৰ পৰা কিমান চনলৈ ৰাছিয়াত শাসন কৰিছিল ?

উত্তৰঃ মহান কেথেৰিণে ১৭৬২ চনৰ পৰা ১৭৯৬ চনলৈ ৰাছিয়াত শাসন কৰিছিল ।