মাছ ধৰাৰ বাবে কৈবৰ্তসকলে কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল?

উত্তৰঃ-মাছ ধৰাৰ বাবে কৈবৰ্তসকলে জাল, প’ল, জাকৈ, বৰশী আদি সামগ্ৰী ব্যৱহাৰ কৰিছিল।