মেঘালয় ৰাজ্যৰ কোন কোন ঠাইত ‘মেনহিৰ’ অৰ্থাৎ ওখ কোণীয়া শিল আৰু ‘ড’লমেন’ৰ ৰূপত শিল পোৱা যায়?

উত্তৰঃ- মেঘালয় ৰাজ্যৰ চেৰা, জোৱাই, জৱদেইজা, নৰ্তিয়াং আৰু লিটলিংকোট আদি ঠাইত ‘মেনহিৰ’ অৰ্থাৎ ওখ কোণীয়া শিল আৰু ‘ড’লমেন’ৰ ৰূপত শিল পোৱা যায়।