লঙ্গুলা শব্দটো কৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়?

উত্তৰঃ- লঙ্গুলা শব্দটো অষ্ট্ৰিকৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়।