শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া | অধ্য়ায় ৫ | Class 12 Political Science Lesson 5 Question and Answer Assam | HS 2nd Year Political Science Chapter 5 Important Solution | Higher Secondary 2nd Year Political Science Chapter 5 Common Answer Assam | উচ্চতৰ মাধ্যামিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৫  শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

 শীতল যুদ্ধোত্তৰ যুগত দক্ষিণ এছিয়া

১। দেশখন চিনাক্ত কৰাঃ

(ক) ৰাজতন্ত্ৰৰ সমৰ্থক, গণতন্ত্ৰৰপ্ৰেমী গোটসমূহৰ মাজত সংঘৰ্ষ আৰু সন্ত্ৰাসবাদীয়ে ৰাজনৈতিক অস্থিৰতা সৃষ্টি কৰা দেশ।

(খ) ভূমি পৰিবেষ্টিত ( Landlocked ) বহু দলীয় প্রতিযােগিতা দেশ । 

( গ ) দক্ষিণ – এছিয়া অঞ্চলত প্রথম মুক্ত অর্থনীতি প্রচলন কৰা দেশ । 

( ঘ ) সামৰিক বাহিনী আৰু গণতন্ত্র সমর্থকৰ মাজত সংঘাত আৰু সামৰিক শাসন গণতন্ত্রৰ ওপৰত প্রতিষ্ঠিত ।

 ( ঙ ) মধ্যভাগত অৱস্থিত আৰু বেছিভাগ দক্ষিণ এছিয়া দেশৰ সীমাৰ সৈতে সংলগ্ন ।

 ( চ ) বর্তমান গণৰাজ্য , পূর্বতে দ্বীপটোত চুলতান ৰাষ্ট্ৰৰ মুৰব্বী আছিল ।

 ( ছ ) ভূমি পৰিবেষ্টিত ৰাজতন্ত্র প্রচলিত দেশ ।

 ২। তলত উল্লেখিত কোনবােৰ উক্তি দক্ষিণ এথিয়া সন্দৰ্ভত অশুদ্ধঃ

 ( ক ) দক্ষিণ এছিয়াৰ সকলােবােৰ দেশ গণতান্ত্রিক । 

( খ ) বাংলাদেশ আৰু ভাৰতৰ মাজত পানীক ভাগ – বটোৱাৰাক লৈ এখন চুক্তি স্বাক্ষৰ হৈছিল । 

( গ ) চক্টা ( SAFTA ) দ্বাদশ ছাৰ্কৰ সন্মিলনত ইছলামাবাদত স্বাক্ষৰিত হৈছিল ।

 ( ঘ ) দক্ষিণ এছিয়াৰ ৰাজনীতিত চীন আৰু আমেৰিকাই প্ৰভাৱশালী ভূমিকা পালন কৰিছে । 

৩।  গণতান্ত্রিক অভিজ্ঞতা থকা বাংলাদেশ আৰু পাকিস্তানৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্যবােৰ লিখা ।

 ৪। নেপালৰ গণতন্ত্র প্রতি অহা তিনিটা ভাবুকি লিখা ।

৫। শ্রীলংকাত জাতিগত গােষ্ঠী সংঘাতৰ প্ৰধান নায়ক কোন আছিল ? এই সংঘাতৰ নিষ্পত্তিকৰণৰ সম্ভাৱনীয়তা তুমি কেনেদৰে মূল্যায়ন কৰিবা । 

৬।  ভাৰত আৰু পাকিস্তানৰ মাজত হােৱা বৰ্তমানৰ কেইখনমান চুক্তি উল্লেখ কৰা । আমি নিশ্চিতভাৱে ক’ব পাৰােনে যে দুয়ােখন দেশে বন্ধুত্ব স্থাপনৰ ক্ষেত্ৰত সঠিক পথেৰে আগবাঢ়িব পাৰিছে ? 

৭।  সুস্থিৰ গণতন্ত্র প্রতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তানৰ ব্যর্থতাৰ দুটা কাৰণ আলােচনা কৰা । 

৮।  দক্ষিণ এছিয়াৰ দ্বিপাক্ষিক সম্পর্কত বাহিৰা শক্তিয়ে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিছে ; এটা উদাহৰণ দি বুজাই দিয়া ।

৯। দক্ষিণ এছিয়াৰ দেশবােৰৰ মাজত অর্থনৈতিক সঞ্চযোগিতা স্থাপন ক্ষেত্ৰত ছাৰ্ককে এখন মঞ্চ হিচাপে পালন কৰা ভূমিকা আৰু ইয়াৰ সীমাবদ্ধতাৰ ওপৰত এঠি চমুটোকা লিখা ।

 ১০। ভাৰতৰ প্রতিবেশী দেশবাৰে পাৰে যে ভাৰত চৰকাৰে এই অঞ্চলৰ আৰু ৰাষ্ট্ৰবোৰক বশ কৰি ৰাখিবলৈ চেষ্টা কৰে আৰু ইহঁতৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰে। এইটো এটা সঠিক ধাৰণানে?  

১১। আঞ্চলিক সহযোগিতামূলক সংগঠন হিচাপে চার্ক ( SAARC ) ৰ ভূমিকা আৰু সীমাবদ্ধতা আলোচনা কৰা।

১২। ছাফটা কি উদ্দেশ্যৰে গঠিত হৈছে? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা।

১৩। পূৱ পাকিস্তানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিবলগীয়া হোৱা কাৰণসমূহ আঙুলিয়াই দিয়া।

চমু প্ৰশ্ন উত্তৰঃ

১। পাকিস্তানৰ সামৰিক শাসন আৰু গণতন্ত্ৰৰ ওপৰত এটি টোকা লিখা। 

 ২। পাকিস্তানত সুস্থিৰ গণতঃৰ বিপৰ্যয়ৰ কাৰণ বর্ণনা কৰা । 

৩। নেপালৰ ৰাজতন্ত্ৰ আৰু গণন্ত্ৰৰ বিষয়ে লিখা ।

 ৪। শ্রীলংকাত জাতিগত সংঘর্ষ কিয় সংঘটিত হৈছিল চমুকৈ লিখা ।

 ৫। ভাৰত আৰু বাংলাদেশ সম্পর্ক চমুকৈ বর্ণনা কৰা । 

৬। ভাৰত আৰু নেপালৰ মাজত কেনেধৰণে সম্পৰ্ক আছে বৰ্ণনা কৰা।

৭। ভাৰতে মালদ্বীপক বিপদৰ সময়ত কেনেদৰে সহায় কৰিছিল এটা উদাহৰণ দি বুজাই লিখা। 

 ৮। দক্ষিণ এছিয়াত শান্তিৰ বাবে কেনেদৰে পদক্ষেপ গ্রহণ কৰিছে অতি চমুকে বর্ণনা কৰা । 

৯। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰত উল্লেখ কৰা।

১০। ‘ ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা।

১১। শ্ৰীলংকাত সংঘাতৰ লিপ্ত থকা সম্প্রদায় দুটাৰ নাম লিখা ।

 ১২। ভাৰত বাংলাদেশৰ  মাজত সহযোগিতা থকা দুটা ক্ষেত্ৰ উল্লেখ কৰা।

অতি চমু প্ৰশ্ন উত্তৰঃ

১। দক্ষিণ এছিয়াৰ এখন ৰাষ্ট্ৰ নাম লিখা।

২। দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্ৰৰ আছে?

 ৩। পাকিস্তানে কোন চনত কোন তাৰিখত স্বাধীনতা লাভ কৰিছিল ।

 ৪। পাকিস্থানৰ সংবিধানখন কোন চনত সংবিধান সভাৰ অনুমোদা লাভ কৰিছিল?

৫। পূব পাকিস্তানত কোন চনত গৃহযুদ্ধৰ সুত্ৰপাত্ৰ হৈছিল?

৬। নেপাল এখন ভূমি পৰিবেষ্টিত (Landlock) দেশ হয়নে?

৭। নেপালত কোন চনত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছে? 

৮। এল টি. টি. টি. ই. ৰ  মূল নেতাজনৰ নাম কি?

৯। ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা সংঘাতৰ এটা কাৰণ উল্লেখ কৰা।

১০। নেপাৰললৈ যাব বাবে পাৰপত্ৰ (Visa) ৰ প্ৰয়োজন হয়নে?

১১। ‘ছাফটা’ (SAFTA) মূল লক্ষ্য কি?

১২। ‘ছাৰ্ক’ কোন চনত গঠন হৈছিল?

১৩। ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘাতৰ এটা মূল কাৰণ লিখা।

১৪। ছাৰ্কৰ সম্পূৰ্ণ অৰ্থ লিখা।

১৫। ছাৰ্কৰ প্ৰথমখন শাৰ্ষ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

অতিৰিক্ত সাম্ভাৱ্য প্ৰশ্নাৱলী

  অতি চমু উত্তৰৰ আদর্শ প্রশ্ন  ঃ ( ১ নম্বৰৰ )

 ১ । দক্ষিণ এছিয়া মানে কি? 

২ । চীন দক্ষিণ এছিয়াৰ অংশ হয়নে?

৩। দক্ষিণ এছীয় মণ্ডলত প্রথমে কোনখন দেশে নিজৰ অর্থনীতিৰ উদাৰীকৰণ কৰিছিল? 

৪। SAARC ৰ সম্পূর্ণ নামটো লিখা? 

৫ । হয় নে নহয় লিখা ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীর্য সন্মিলনত SAFTA ত স্বাক্ষৰ কৰা হৈছিল ।

৬।  ভাৰতবৰ্ষই কিয় শ্রীলংকালৈ ভাৰতীয় শান্তি বাহিনী ( IPKF ) প্ৰেৰণ কৰিছিল? 

৭ । খালী ঠাই পূৰণ কৰাঃ

 শ্রীলংকাৰ ৰাজনীতি                          সংখ্যাগুৰু সম্প্রদায়ৰ দ্বাৰা অৱদমিত । 

৮। হয় নে নহয় লিখা—

 চীন ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ আছিল ।

৯।  ১৯৯৮ চনত ক’ত ভাৰতবৰ্ষই পাৰমাণৱিক অস্ত্র পৰীক্ষা সম্পাদন কৰিছিল?

 ১০। SAARC ৰ মূল উদ্দেশ্য কি?

  ১১। ভাৰত আৰু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল? 

১২। কোন ঠাইত চতুর্দশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল? 

১৩। কোন বছৰত ভাৰতে শ্রীলংকালৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰিছিল? 

১৪। কোন বছৰত ভাৰত আৰু পাকিস্তানে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰিছিল?

 ১৫। শ্রীলংকা কেতিয়া স্বাধীন হৈছিল?

 ১৬। ছাৰ্কৰ প্রথম সন্মিলন ক’ত অনুষ্ঠিত হৈছিল? 

১৭ । SAARC কেতিয়া গঠিত হৈছিল?

১৮। কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?

১৯। কোন ঠাইত পঞ্চদশ SAARC শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল ? 

২০ । কোনগৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লাহােৰলৈ বাছ যাত্রা কৰিছিল ?

 ২১। শ্রীলংকাৰ ৰাজনীতিত কোনটো সম্প্রদায় আটাইতকৈ বেছি গুৰুত্বপূর্ণ ? 

• চমু উত্তৰৰ আদর্শ প্রশ্ন ও ( ২ নম্বৰৰ ) 

১ । দক্ষিণ এছিয়াৰ অন্তর্ভুক্ত দুখন দেশৰ নাম লিখা । 

২। খালী ঠাই পূৰণ কৰাঃ 

                 চনৰ পৰা – চনলৈকে বাংলাদেশ পাকিস্তানৰ অংশ আছিল।

৩। শ্ৰীলংকাৰ বিবাদত লিপ্ত দুটা সম্প্ৰদায়ৰ নাম লিখা।

৪। পূৱলৈ চোৱা নীতি কি?

৫। ভাৰতৰ পাৰমাণৱিক পৰীক্ষাৰ প্ৰত্যুত্তৰ পাকিস্তানে কেনেদৰে দিছিল?

৬। ভাৰত আৰু বাংলাদেশ পৰস্পৰে সহযোগ আগবঢ়োৱা দুটা বিষয় উল্লেখ কৰা।

৭। ভাৰত আৰু নেপালৰ মাজত কিবা বিশেষ সম্পৰ্ক আছে বুলি তুমি ভাবানে? কিয় তেনেদৰে ভাবা?

৮। SAARC ক এটা প্ৰভাৱী সংগঠন কৰি তোলা বাবে ভাৰতে কৰা দুটা প্ৰচেষ্টা বিষয়ে লিখা। 

৯। SAFTA ই কি বুজায়?

১০। LITE ৰ অৰ্থ কি? 

১১। ৰাজতন্ত্ৰৰ পিছত নেপালত গণতন্ত্ৰ কিদৰে প্ৰৱৰ্তন কৰা হৈছে?

১২। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাত দুটা ক্ষেত্ৰ উল্লেখ কৰা।

১৩। SAARC গঠন কৰা ৰাষ্ট্ৰ সাতখনৰ নাম লিখা।

১৪। ১৯৯৮ চনৰ ডিচেম্বৰত মুক্ত বাণিজ্য চুক্তিত অন্তৰ্ভুক্ত হোৱা দেশসমূহৰ নাম লিখা।

১৫।  SAARC দুখন পৰ্যবেক্ষক ৰাষ্ট্ৰৰ নাম লিখা।

১৬। SAARC সদস্যবোৰৰ নাম লিখা। 

১৭। দক্ষিণ এছিয়া বুলি জনাজাত দেশসমূহৰ নাম লিখা।

১৮। ফাৰাক্কা সন্ধিত স্বাক্ষৰ কৰা দেশ দুখনৰ নাম লিখা। 

১৯। ভাৰতৰ দক্ষিণ দিশত থকা SAARC ৰ যিকোনো দুখন সদস্যৰাষ্ট্ৰৰ নাম লিখা।

২০। তাচখণ্ড চুক্তি তাৎপৰ্য লিখা। 

২১। ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাত আৰু সহযোগিতাৰ ক্ষেত্ৰ উল্লেখ কৰা। 

২২। পাকিস্তানত সুস্থিৰ গণতন্ত্ৰৰ বিৰ্পযয়ৰ দুটা কাৰণ উল্লেখ কৰা। 

চমু উত্তৰৰ আদৰ্শ প্ৰশ্নঃ

১। দক্ষিণ এছিয়াৰ বিভিন্ন দেশে একধৰণৰ ৰাজনৈতিকব্যৱস্থাকে অনুসৰণ কৰে বুলি তুমি ভাৱানে? তোমাৰ উত্তৰ যুক্তিযুক্তা প্ৰতিপন্ন কৰা।

২। এক সুস্থিৰ গণতন্ত্ৰ গঢ়ি তোলাত পাকিস্তানৰ ব্যৰ্থতাৰ কাৰকসমূহ উল্লেখ কৰা।

৩। পূব পাকিস্তানৰ লোকসকলে মুক্তি আন্দোলনৰ প্ৰতি ঢাল খোৱাৰ কাৰণবোৰ আঙুলিয়াই দিয়া। 

৪। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ সম্পৰ্ক জটিলতাসমূহ আঙুলিয়াই দিয়া। 

৫। SAARC গঠনৰ মূল কাৰণসমূহ কি কি? 

৬। সাম্প্ৰতিক দৃশ্যপটত শ্ৰীলংকা মৰ্যদাৰ নিৰ্ণয় কৰা। 

৭। বাংলাদেশৰ স্বাধীনতা লাভত ভাৰতে কিদৰে সহায় কৰিছিল?

৮। পঞ্চশীলৰ বিষয়ে এটা টোকা লিখা।

৯। ভাৰত আৰু নেপালৰ পাৰ্থক্যৰ বিষয়ে লিখা।

১০। ২০০১ চনৰ আগ্ৰা শীৰ্ষ সন্মিলনৰ বিষয়ে লিখা।

১১। ‘সামৰিক শাসন আৰু গণতন্ত্ৰ পাকিস্তানত একেটা মুদ্ৰাৰে ইফিঠি-সিপিঠি’- ব্যাখ্যা কৰা।

১২।  এক সুস্থিৰ গণতন্ত্ৰ গঢ়ি তোলাত পাকিস্তানৰ ব্যৰ্থতাৰ বাবে দায়ী কাৰকসমূহ লিখা।

১৩। পাকিস্তানত নদীৰ পানীৰ ভাগ-বটোৱাৰা সম্পৰ্কীয় সমস্যাবোৰ আলোচনা কৰা।

১৪। ‘ভাৰত হ’ল নেপাললৈ সাহায্য আগবঢ়োৱা একক বৃহৎ ৰাষ্ট্ৰ- সত্যাসত্য প্ৰমাণ কৰা। 

১৫। SAARC ত ভাৰতৰ ভূমিকা ব্যাখ্যা কৰা। 

১৬। SAARC এ শেহেতীয়াকৈ গ্ৰহণ কৰা বিষয়েবোৰ উল্লেখ কৰা।

১৭। ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

১৮। ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক বিষয়ে চমুকৈ লিখা।

১৯। ভাৰতবৰ্ষ আৰু নেপালৰ সম্পৰ্ক বিষয়ে লিখা।     

২০। ভাৰত আৰু শ্ৰীলংকাৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

২১। ছাৰ্কৰ গুৰুত্ব আৰু প্ৰাসংগিকতা আলোচনা কৰা?

• দীঘল উত্তৰৰ আদর্শ প্রশ্ন  ঃ ( ৬ নম্বৰৰ ) 

  ১। ‘ ভাৰতৰ প্রতিবেশীবােৰে প্ৰায়ে ভাবে যে ভাৰত চৰকাৰে অঞ্চলটোৰ সৰু সৰু দেশবােৰৰ ঘৰুৱা বিষয়সমূহত আধিপত্য বিস্তাৰ কৰিবলৈ আৰু হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰে।এই ধাৰণাক তুমি সঠিক বুলি ভাবানে? 

২। SAFT কেতিয়া স্বাক্ষৰিত হৈছিল? SAFTA ৰ মূল উদ্দেশ্য কি ?

৩।  আঞ্চলিক সহযােগিতা মঞ্চ হিচাপে SAARC ৰ ভূমিকা আৰু সীমাবদ্ধতা আলােচনা কৰা । 

৪। দক্ষিণ এছিয়াৰ আটাইবােৰ দেশৰ ক্ষেত্ৰত উমৈহতীয়া , কিন্তু পশ্চিম এছিয়াৰ দেশসমূহৰ পৰা পৃথক কেইটামান বৈশিষ্ট্য উল্লেখ কৰা ।

৫।  বিশ্ব শান্তিৰ বাবে ভাৰতে লােৱা ভূমিকা ব্যাখ্যা কৰা । 

৬। পাকিস্তানৰ সৈতে ভাৰতৰ সম্পর্ক উন্নীত কৰাৰ বাবে কেইটামান পৰামর্শ দিয়া।

৭।  দক্ষিণ এছিয়া ৰাষ্ট্ৰসমূহৰ মাজত অর্থনৈতিক সহযােগিতা গঢ়াৰ মঞ্চ হিচাপে SAARC ৰ ভূমিকা আৰু সীমাবদ্ধতাসমূহ লিখা।

৮। দক্ষিণ এছিয়াৰ সমগ্ৰ অঞ্চলটোত গণতন্ত্র এটা গৃহীত আৰ্হি ’ — ব্যাখ্যা কৰা । 

৯। শ্রীলংকাৰ গােষ্ঠীগত দ্বন্দ্বত মূল ভূমিকা লওঁতাসকলৰ নাম লিখা । এই দ্বন্দ্বৰ প্ৰস্তাৱৰ ভৱিষ্যৎ সম্ভাৱনা ঠাৱৰ কৰা ।

১০। SAARC ৰ উদ্দেশ্য কি ? SAFTA ৰ ধাৰণাটো বিশ্লেষণ কৰা ।

 ১১। গণতন্ত্র প্রতিষ্ঠাৰ বাবে পূর্ব পাকিস্তানৰ ( বাংলাদেশ ) দাবীবােৰ কি কি আছিল ? 

১২। সমগ্র দক্ষিণ এছিয়াত গণতন্ত্রৰ ধাৰণা কিমান গ্রহণযােগ্য ?

 ১৩। দক্ষিণ এছিয়াত স্থায়ী শান্তি প্রতিষ্ঠাৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়োৱা ।

 ১৪। বর্তমান সময়ৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলােচনা কৰা।

 ১৫। দক্ষিণ এছিয়াত স্থায়ী শান্তি প্রতিষ্ঠা কেনেদৰে কৰিব পাৰি? আলােচনা কৰা ।