ষষ্ঠ সপ্তম শতিকাত ৰচিত হাতে লিখা পুথিখনৰ নাম কি আছিল?

উত্তৰঃ- ষষ্ঠ সপ্তম শতিকাত ৰচিত হাতে লিখা পুথিখনৰ নাম আছিল ‘কামৰূপ নিৱন্ধনীয় খণ্ড সাধ্য’।