সাংবিধানিক ব্যৱস্থাৰ সংকট | অধ্যায় ৬ | Class 12 Political Science Lesson 6 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 6 Solution | HS 2nd Year Political Science Lesson 6 Important Answer | দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৬ সাংবিধানিক ব্যৱস্থাৰ সংকট পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

সাংবিধানিক ব্যৱস্থাৰ সংকট

The Crisis Of Constitutional Order

প্ৰশ্নাৱলী

১। জৰুৰী অৱস্থা সম্পর্কে তলত দিয়া কোনবােৰ বাক্যবােৰ শুদ্ধ নে অশুদ্ধ লিখা ঃ

( ক ) ইন্দিৰা গান্ধীয়ে ইয়াক ১৯৭৫ চনত ঘােষণা কৰিছিল । 

উত্তৰঃ

( খ ) ই মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছিল । 

উত্তৰঃ

( গ ) ইয়াক অর্থনৈতিক মণ্ডাৱস্থাৰ বাবে ঘােষণা কৰা হৈছিল । 

উত্তৰঃ

( ঘ ) জৰুৰীকালীন সময়ত বহুতাে বিৰােধী নেতাক আটক কৰা হৈছিল ।

উত্তৰঃ

( ঙ ) চি.পি.আই. দলে জৰুৰী অৱস্থাক সমর্থন কৰিছিল । 

উত্তৰঃ

২। জৰুৰীকালীন ঘােষণা সম্পর্কে থকা বিযুৰীয়া বাক্যটো বাহি উলিওৱা : 

( ক ) সর্বাত্মক বিপ্লৱৰ আহ্বান 

উত্তৰঃ

( খ ) ১৯৭৫ চনৰ ৰেলৰ ধর্মঘট 

উত্তৰঃ

( গ ) নক্সালবাদী আন্দোলন 

উত্তৰঃ

( ঘ ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় 

উত্তৰঃ

( ঙ ) শ্বাহ আয়ােগৰ প্রতিবেদন

উত্তৰঃ

৩। তলত দিয়াবােৰ মিলােৱা : 

(ক) সাৰ্বাত্মক বিপ্লৱ(i) ইন্দিৰা গান্ধি
(খ) গৰীব হটাও দূৰীকৰণ(ii) জয়প্ৰকাশ নাৰায়ণ
(গ) ছাত্ৰ আন্দোলন(iii) বিহাৰ আন্দোলন
(ঘ) ৰেলৰ ধৰ্মঘট(iv) জৰ্জ ফাৰ্ণাণ্ডেজ

৪। ১৯৮০ চনৰ মধ্যকালীন নির্বাচনৰ কাৰণবােৰ কি কি আছিল ?

উত্তৰঃ

৫। ১৯৭৭ চনত জনতা দল চৰকাৰে শ্বাহ আয়ােগক নিযুক্তি দিছিল । ইয়াক কিয় নিযুক্তি দিয়া হৈছিল ? ইয়াৰ বাচনি কি কি আছিল ? 

উত্তৰঃ

৬। ১৯৭৫ চনত চৰকাৰে কি কাৰণত জাতীয় জৰুৰী অৱস্থা ঘােষণা কৰিছিল ?

উত্তৰঃ

৭। ১৯৭৭ চনৰ নিৰ্বাচনত কেন্দ্ৰত পােন প্রথমবাৰৰ বাবে বিৰােধীয়ে চৰকাৰ গঠন কৰে । ইয়াৰ কাৰণ তুমি কি বুলি ভাবা ? 

উত্তৰঃ

৮। আমাৰ ৰাজনীতিত তলত দিয়া বিষয়সমূহৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থাৰ প্ৰভাৱ আলােচনা কৰাঃ

( ক ) নাগৰিকৰ পৌৰ অধিকাৰৰ ওপৰত প্ৰভাৱ । 

( খ ) কার্যপালিকা আৰু ন্যায়পালিকাৰ সম্পৰ্কৰ ওপৰত প্ৰভাৱ । 

( গ ) গমমাধ্যমৰ কার্যাৱলী । 

উত্তৰঃ

৯। জৰুৰী অৱস্থা ঘােষণাই ভাৰতীয় দলীয় ব্যৱস্থাত কি ধৰণে প্ৰভাৱ পেলাইছিল ? উদাহৰণ দি আলােচনা কৰা । 

উত্তৰঃ

আহি প্রশ্নাৱলী 

ৰচনাধর্মী প্রশ্ন : 

১। জৰীকালীন অৱস্থাৰ সৈতে জড়িত বিতর্কসমূহ আলােচনা কৰা । তুমি জৰীকালীন অবস্থা ঘােষণা কৰাটো প্রয়ােজনীয় আছিল বুলি ভাবানে ? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা দাঙি ধৰা ।

উত্তৰঃ

২। ১৯৭৫ চনত ঘােষণা কৰা জৰুৰী অৱস্থাৰ যিকোনাে চাৰিটা পৰিস্থিতি আলােচনা কৰা । 

উত্তৰঃ

৩। ১৯৭৫ চনৰ ২৫ জুনত ঘােষণা কৰা জাতীয় জৰুৰী অৱস্থাৰ পৰিণতিসমূহ আলােচনা কৰা।

উত্তৰঃ

৪। জৰুৰী অৱস্থা ঘােষণাৰ ফলত ইন্দিৰা গান্ধী পদচ্যুত হৈছিল । কাৰণ দর্শোৱা । 

উত্তৰঃ

৫। জৰুৰীকালীন অৱস্থাই প্রমাণ কৰে যে আমাৰ দেশৰ সাংবিধানিক গণতন্ত্রৰ ভেটি ৰ দূর্বল । সপক্ষে বা বিপক্ষে যুক্তি দিয়া । 

উত্তৰঃ

৬। জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতে গ্ৰহণ কৰা শিক্ষাৰ বিষয়ে ব্যাখ্যা কৰা ।

উত্তৰঃ

৭। ১৯৭৭ চনত জনতা দল গঠনৰ কাৰণবিলাক কি কি ? 

উত্তৰঃ

৮। ১৯৭০ ৰ দশকত সংঘটিত হােৱা ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাত সম্পর্কে আলােচনা কৰা । সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্রী কোন আছিল ?

উত্তৰঃ

৯। জনতা দলৰ নীতি আৰু আঁচনিসমূহ আলােচনা কৰা ।

উত্তৰঃ

১০। ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ কাৰণবােৰ কি কি? 

উত্তৰঃ

১১। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘােষণাৰ ফলাফলসমূহ বর্ণনা কৰা । 

উত্তৰঃ

১২। ১৯৭৭ চনৰ লােকসভা নির্বাচনৰ যিকোনাে তিনিটা প্রধান ফলাফল ব্যাখ্যা কৰা ।

উত্তৰঃ

১৩। ১৯৭৫ চনৰ ২৫ জুনত ঘােষণা কৰা জৰুৰী ঘােষণাই ভাৰতীয় গণতন্ত্রত চেকা লগাইছিল । ভাৰতীয় দল প্রথাত ইয়াৰ প্ৰভাৱ মূল্যায়ন কৰা । 

উত্তৰঃ

১৪। নক্সালপন্থী আন্দোলন কি ? ভাৰতীয় ৰাজনীতিত ইয়াৰ ভূমিকা মূল্যায়ন কৰা । 

উত্তৰঃ

১৫। ১৯৭৩ চনৰ সংসদ আৰু ন্যায়পালিকাৰ বিবাদ ব্যাখ্যা কৰা । 

উত্তৰঃ

১৬। ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বিৰােধী দলে চৰকাৰ গঠন কৰে । এই বিকাশৰ কাৰণসমূহ তুমি কি কি বুলি ধাৰণা কৰা ?

উত্তৰঃ

চমুটোকা লিখা ঃ

১। ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পাছত নিযুক্ত শ্বাহ আয়ােগৰ পৰামৰ্শাৱলী দাঙি ধৰা । 

উত্তৰঃ

২। সংবিধানৰ ৪২-নং সংশােধনী আইনৰ চাৰিটা প্রধান ব্যৱস্থা উল্লেখ কৰা । 

উত্তৰঃ

৩। গুজৰাটৰ নৱনির্মাণ আন্দোলনৰ ওপৰত এটা টোকা লিখা । 

উত্তৰঃ

৪। বিহাৰ আন্দোলনৰ ওপৰত এটা চমু বর্ণনা দিয়া । 

উত্তৰঃ

৫। গুজৰাটী আন্দোলনৰ বিষয় কি জানা ? 

উত্তৰঃ

৬। ১৯৭৭ চনৰ প্ৰভাৱ চমুকৈ লিখা । 

উত্তৰঃ

৭। ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ চাৰিটা কাৰণ লিখা । 

উত্তৰঃ

৮। ১৯৭৭ চনত চৰকাৰ গঠন কৰাৰ পাছত জনতা দলৰ প্ৰধান সিদ্ধান্তসমূহ কি আছিল ? 

উত্তৰঃ

৯। ১৯৭৫ চনৰ আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা ফলাফল কি আছিল ? 

উত্তৰঃ

১০। ১৯৭৫ চনৰ জৰুৰী অৱস্থা ঘােষণাই ভাৰতীয় গণতন্ত্রক কেনেদৰে প্ৰতিষ্ঠা কৰিছিল ? 

উত্তৰঃ

১১। ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ সময়ত কি ঘটিছিল ?

উত্তৰঃ

অতি চমু উত্তৰৰ প্রশ্ন ঃ

১। জৰুৰীকালীন অৱস্থা মানে কি বুজা ? 

উত্তৰঃ

২। জৰুৰীকালীন অৱস্থাৰ দুটা ফলাফল উল্লেখ কৰা । 

উত্তৰঃ

৩। কোনখন ৰাজ্যত নৱনির্মাণ আন্দোলন সংঘটিত হৈছিল ? 

উত্তৰঃ

৪। জয়প্রকাশ নাৰায়ণ কোন আছিল ?

উত্তৰঃ

৫। ১৯৭৪ চনৰ ৰেলৰ ধর্মঘট । 

উত্তৰঃ

৬। কোনজন প্রধানমন্ত্রীয়ে আৰু কেতিয়া আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা কৰিছিল ? 

উত্তৰঃ

৭। গুজৰাটৰ নৱনির্মাণ আন্দোলন কোন চনত গঢ়ি উঠে ? 

উত্তৰঃ

৮। ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা । 

উত্তৰঃ

৯। ১৯৭৭ চনৰ লােকসভা নির্বাচনৰ দুটা ফলাফল লিখা ।

উত্তৰঃ

১০। ভাৰতবৰ্ষত কোনে কুৰিদফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল ? এই আঁচনি কিয় প্রৱৰ্তন কৰা হৈছিল ?

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাৱলীৰ উত্তৰ দিয়া ঃ

১। কোন বছৰত ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা কৰিছিল ? 

উত্তৰঃ

২। ১৯৭৫ চনত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘােষণা কৰা কালত ভাৰতৰ ৰাষ্ট্রপতি কোন আছিল ? 

উত্তৰঃ

৩। ভাৰতৰ প্ৰথম অ-কংগ্ৰেছী প্রধানমন্ত্রী কোন আছিল ? 

উত্তৰঃ

৪। ১৯৭১ চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্রী কোন হৈছিল ? 

উত্তৰঃ

৫। কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল ? 

উত্তৰঃ

৬। “ গণতন্ত্রৰ বাবে কংগ্ৰেছ” দলৰ নেতা কোন আছিল ? 

উত্তৰঃ

৭। কেতিয়া “ গ্ৰেণ্ড এলায়েন্স ” গঠন কৰা হৈছিল ? 

উত্তৰঃ

৮। চাৰু মজুমদাৰ কোন আছিল ? 

উত্তৰঃ

৯। ১৯৭৪ চনৰ ৰেলৰ ধর্মঘটৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ

১০। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা ঘােষণা কৰা ভাৰতীয় ৰাষ্ট্রপতিগৰাকীৰ নাম লিখা । 

উত্তৰঃ

১১। ভাৰতবৰ্ষত প্রথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃঙ্খলতাৰ কাৰণে জাতীয় জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষনা কৰা হৈছিল?

উত্তৰঃ

প্ৰশ্ন উত্তৰ

১। ৩ নম্বৰৰ প্ৰশ্নৰ সৈতে একে কাৰণে এই প্ৰশ্নতো উত্তৰ দিয়া নাই।

উত্তৰঃ

২। অ-কংগ্ৰেছী দলৰ প্রথম প্রধানমন্ত্রী কোন আছিল ? 

( ক ) চৰণ সিং 

( খ ) এ.বি.বাজপেয়ী । 

( গ ) চন্দ্রশেখৰ 

( ঘ ) মােৰাৰজী দেশাই 

উত্তৰঃ

৩। আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘােষণা কৰিছিলঃ 

( ক ) ২৫ জুন ১৯৭৫ চনত 

( খ ) ২৫ মে ১৯৭৬ চনত 

( গ ) ২৫ জুন ১৯৭৬ চনত 

( ঘ ) ২৫ জুন ১৯৭৭ চনত

উত্তৰঃ

শুদ্ধ নে অশুদ্ধ লিখা ঃ

১। সর্বাত্মক বিপ্লৱৰ আহ্বান মােৰাৰজী দেশায়ে দিছিল ।

উত্তৰঃ

২। ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে গৰিবী হটাও ধ্বনি দিছিল । 

উত্তৰঃ

৩। চাৰু মজুমদাৰে কংগ্ৰেছ দল ত্যাগ কৰি জনসংঘ দল প্রতিষ্ঠা কৰিছিল । 

উত্তৰঃ

৪। ১৯৭৫ চনৰ ২৫ জুনৰ ৰাতি প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্রপতি গিয়ানী জাইল সিঙক লােকসভা ভংগ কৰাৰ পৰামর্শ দিছিল । 

উত্তৰঃ

৫। ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত জনতা পার্টি চৰকাৰৰ মােৰাৰজী দেশাই প্রধানমন্ত্রী হৈছিল ।

উত্তৰঃ