সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা | অধ্যায় 7 | Class 12 Political Science Lesson 7 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 7 Solution | HS 2nd Year Political Science Chapter 7 Notes and Suggestion | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৭ সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা প্ৰশ্ন আৰু উত্তৰ |

সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা

Security in the Contemporary World

প্ৰশ্নাৱলীঃ

১। অৰ্থৰ সৈতে বাক্যাংশবোৰ মিলোৱা।

(ক) বিশ্বাস যোগোৱা ব্যৱস্থা

উত্তৰঃ

(খ) অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্ৰণ

উত্তৰঃ

(গ) মৈত্ৰীবন্ধন

উত্তৰঃ

(ঘ) নিৰস্ত্ৰীকৰণ

উত্তৰঃ

(ঙ) বিশেষ অস্ত্ৰ-পাতি পৰিত্যাগ কৰা

উত্তৰঃ

(চ) প্ৰতিৰক্ষাৰ বিষয়ত খবৰ বিনিময় কৰা

উত্তৰঃ

(ছ) জাতিবিলাকৰ সহযোগিতাৰ অৰ্থ হ’ল সামৰিক আক্ৰমণৰ বাধা নিবাৰণ কৰা

উত্তৰঃ

(জ) অস্ত্ৰ অধিগ্ৰহণ বা সম্প্ৰসাৰণ লিয়মিত কৰা

উত্তৰঃ

২। তলত দিয়া কোনবোৰক তুমি পৰম্পৰাগত নিৰাপত্তা, অ-পৰম্পৰা নিৰাপত্ত \ ভীতি নহয় বুলি বিবিচনা কৰাঃ

(ক) চিকাংগুন্য (Chikungnya)\ডেংগু জ্বৰ বিখ্যাত

উত্তৰঃ 

(খ) ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা শ্ৰমিক অন্তঃপ্ৰৱাহ

উত্তৰঃ

(গ) নিজৰ অঞ্চলৰ জাতি গঠনৰ দাবীত এটা দল ওলাই অহা।

উত্তৰঃ

(ঘ) নিজৰ অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীত এটা দলৰ অৱিৰ্ভাৱ

উত্তৰঃ

৩। পৰম্পৰাগত আৰু অ-পৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য কি? কোন শ্ৰেণীৰ মিত্ৰজোঁটৰ দ্বাৰা সৃষ্টি আৰু প্ৰতিপালিত?

উত্তৰঃ

৪। তৃতীয় বিশ্ব আৰু প্ৰথম বিশ্ব জনসাধৰণে সমুখীন হোৱা ভীতৰ মাজত প্ৰভেদ কি?

উত্তৰঃ

৫। সন্ত্ৰাসবাদ পৰম্পৰাগত বা অ-পৰম্পৰাগত নিৰাৈপত্তাৰ ভীতি নে?

উত্তৰঃ

৬। ক্ষমতাৰ ভাৰসাম্য কি? এখন ৰাষ্ট্ৰই ইয়াক কেনেকৈ লাভ কৰিব পাৰে?

উত্তৰঃ

৭। সামৰিক মৈত্ৰীবন্ধনৰ উদ্দেশ্য কি? কাৈৰ্যৰত সামৰিক মৈত্ৰীবন্ধনৰ নিৰ্দিষ্ট উদ্দেশ্যৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ

৮। পাৰিপাৰ্শ্বিকতাৰ দ্ৰুত অৱনতিয়ে নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।তুমি এইটো মানি লোৱানে? তোমাৰ যুক্তি প্ৰদৰ্শন কৰা।

উত্তৰঃ

আৰ্হি প্ৰশ্নাৱলীঃ

ৰচনাধর্মী প্রশ্ন : 

১। সন্ত্রাসবাদ মানে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমুহ কি কি?

উত্তৰঃ

২। বিশ্ব নিৰস্ত্রীকৰণৰ উদ্দেশ্য লাভৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আলােচনা কৰা।

উত্তৰঃ

৩। ক্ষমতাৰ ভাৰসাম্য বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যবিলাক কি কি? 

উত্তৰঃ

৪।মানৱ অধিকাৰৰ সার্বজনীন ঘােষণা-পত্র কেতিয়া ঘােষণা কৰিছিল? ইয়াৰ গুৰুত্ব আলােচনা কৰা ।

উত্তৰঃ

৫। নিৰাপত্তা মানে কি ? নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণা ব্যাখ্যা কৰা । 

উত্তৰঃ

৬।অ – পৰম্পৰাগত নিৰাপত্তাৰ ধাৰণা বহলাই ব্যাখ্যা কৰা । 

উত্তৰঃ

৭ । ভাৰতে নিৰাপত্তাৰ বাবে অৱলম্বন আৰু অনুসৰণ কৰা কৌশলসমূহ চমুকৈ আলােচনা কৰা ।

উত্তৰঃ

৮। অ-পৰম্পৰাগত অথবা মানৱীয় নিৰাপত্তা মানে কি বুজা ? মানৱীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলােচনা কৰা । 

উত্তৰঃ

চমুটোকা ঃ

১। অস্ত্র প্রতিযােগিতা আৰু ফলাফল । 

উত্তৰঃ

২। বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৩। মানৱ অধিকাৰৰ ঘােষণা-পত্ৰত উল্লেখিত চাৰিটা মানৱ অধিকাৰ উল্লেখ কৰা । 

উত্তৰঃ

৪। ৰাষ্ট্ৰসংঘই সন্ত্রাসবাদ নির্মূলৰ কাৰণে আহ্বান কৰা চাৰিখন সন্মিলন উল্লেখ কৰা । 

উত্তৰঃ

৫। পৰম্পৰাগত নিৰাপত্তাৰ চাৰিটা উপাদানৰ নাম লিখা । 

উত্তৰঃ

৬। প্ৰব্ৰজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পর্ক কি ? আলােচনা কৰা । 

উত্তৰঃ

৭। মানৱীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পর্ক কি ? আলােচনা কৰা ।

উত্তৰঃ

৮। নিৰস্ত্রীকৰণৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ

৯। পৰম্পৰাগত আৰু অ-পৰম্পৰাগত নিৰাপত্তাৰ মাজত পার্থক্য কি ?

উত্তৰঃ

১০। নিৰাপত্তা সংৰক্ষণৰ ক্ষেত্ৰত সহযােগিতাৰ ভূমিকা চমুকৈ আলােচনা কৰা । 

উত্তৰঃ

১১। আন্তর্জাতিক সন্ত্রাসবাদৰ চাৰিটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ

১২। নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা চাৰিটা কৌশলৰ নাম লিখা । 

উত্তৰঃ

১৩। প্ৰব্ৰজনৰ ওপৰত চমু বর্ণনা দিয়া । 

উত্তৰঃ

১৪। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ

১৫। ব্যহ্যিক আক্ৰমণৰ ভাবুকি প্রতিহত কৰাৰ নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি ? উদাহৰণ দিয়া ।

উত্তৰঃ

অতি চমু উত্তৰৰ প্রশ্ন : 

১। মানৱ নিৰাপত্তাৰ প্ৰতি যিকোনাে নতুন ভাবুকি এটা লিখা । 

উত্তৰঃ

২। নিৰাপত্তা কি ? 

উত্তৰঃ

৩। সন্ত্রাসবাদ কাক বােলে ? 

উত্তৰঃ

৪। পাৰিপাৰ্শ্বিকতাৰ অৱনতি মানে কি বুজা ? 

উত্তৰঃ

৫। নিৰস্ত্রীকৰণ আয়ােগ । 

উত্তৰঃ

৬। নিৰস্ত্রীকৰণ আৰু অস্ত্র নিয়ন্ত্ৰণৰ মাজত থকা দুটা পার্থক্য লিখা । 

উত্তৰঃ

৭। মানৱ অধিকাৰ মানে কি বুজা ? 

উত্তৰঃ

৮। মানৱজাতিয়ে সন্মুখীন হােৱা দুটা ভাবুকি উল্লেখ কৰা । 

উত্তৰঃ

৯। মৈত্রীসংঘৰ অর্থ লিখা । 

উত্তৰঃ

১০। অস্ত্র নিয়ন্ত্রণে কি বুজায় ?

উত্তৰঃ

১১। সমগ্র বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা । 

উত্তৰঃ

১২। সন্ত্রাসবাদীসকলে জনসাধাৰণৰ মাজত কিয় সন্ত্রাসৰ সৃষ্টি কৰে দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ

১৩। মানুহৰ নিৰাপত্তাৰ ক্ষেত্ৰত থকা দুটা ভিত্তি উল্লেখ কৰা । 

উত্তৰঃ

১৪। কোনটো বৰ্ষত পাৰমাণৱিক নিঃপ্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ

১৫। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বােমা পৰা ঠাই দুখনৰ নাম লিখা । 

উত্তৰঃ

১৬। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পার্থক্য লিখা ।

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্ন : 

১। নিৰাপত্তা কি ? 

উত্তৰঃ

২। সন্ত্রাসবাদ কি ? 

উত্তৰঃ

৩। বিশ্ব নিৰাপত্তাৰ অৰ্থ লিখা । 

উত্তৰঃ

৪। ক্ষমতাৰ ভাৰসাম্যই কি বুজায় ? 

উত্তৰঃ

৫। C.T.B.T.-ৰ সম্পূর্ণ অর্থ লিখা । 

উত্তৰঃ

৬। N.P.T.-ৰ সম্পূর্ণ অর্থ লিখা । 

উত্তৰঃ

৭। পাৰমাণৱিক নি-প্ৰসাৰণ চুক্তি ( N.P.T . )-ত কেতিয়া স্বাক্ষৰ কৰা হৈছিল ? 

উত্তৰঃ

৮। অ-পৰম্পৰাগত নিৰাপত্তা । 

উত্তৰঃ

৯। জৈৱিক অস্ত্র অভিৱৰ্তন কেতিয়া হৈছিল ? 

উত্তৰঃ

১০। ৰাসায়নিক অস্ত্র অভিৱৰ্তন কেতিয়া হৈছিল ? 

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাৱলীঃ 

১। তলত দিয়া কোনটো নিৰাপত্তাহীনতাৰ উৎসঃ 

( ক ) মানৱ অধিকাৰ 

( খ ) শক্তিৰ দৰিদ্ৰতা

( গ ) বিশ্ব ভাৰসাম্য 

( ঘ ) মিত্রজোঁট বন্ধন 

উত্তৰঃ

২।তলত উল্লেখ কৰা কোনটো পৰম্পৰাগত নিৰাপত্তাৰ উপাদানঃ 

( ক ) মৈত্রীজোঁট বন্ধন 

( খ ) যুদ্ধ প্রতিৰোধ 

( গ ) ক্ষমতাৰ ভাৰসাম্য 

( ঘ ) ওপৰৰ আটাইবােৰ 

উত্তৰঃ

৩। ৰাসায়নিক অস্ত্র অভিৱৰ্তনত কিমান ৰাষ্ট্র উপস্থিত আছিল ? 

( ক ) ১০২ খন     ( খ ) ১৫৫ খন     ( গ ) ১৯২ খন     ( ঘ ) ১৮১ খন

উত্তৰঃ