সাহিত্য আৰু খোদিত লিপিবোৰৰ পৰা কিহৰ বিষয়ে জানিব পাৰি?

উত্তৰঃ- সাহিত্য আৰু খোদিত লিপিবোৰৰ পৰা অলংকাৰ প্ৰস্তুত কৰা দক্ষ কাৰিকৰৰ বিষয়ে জনিব পাৰি।